শ্ৰী সতীন্দ্ৰ কুমাৰ নাথ দেৱৰ সাহিত্যৰাজিক সামৰি দুবৰি নামেৰে এটি ৱেবচাইট মুকলি কৰা হৈছে। এই ৱেবছাইটৰ জৰিয়তে তেওঁৰ সাহিত্যৰ প্ৰকৃতি, সমাজ - জীৱনৰ ছবি খন দাঙি ধৰাটো আমাৰ অনন্য প্ৰয়াস। সদাসয় পাঠক সমাজে উষ্ম আদৰ সাদৰেৰে এই প্ৰয়াসক আকোৱালি লব বুলি আশা ৰাখিলোঁ। এই ৱেবছাইটৰ ধাৰাবাহিকতা দৈনিক ব্লগ লিখনিৰ মাজেৰে শৃঙ্খলাৱদ্ধ কৰা হব। মোৰ দেউতাৰ দুবৰি শীর্ষক এই ৱেবছাইটৰ ৰ প্ৰতি আপোনালোকৰ মৰম চেনেহ আৰু সহাঁৰি বিচাৰি এই বিনম্ৰ নিবেদন আগবঢ়ালো।

ধন্যবাদ।

Our website "Dubari" has been released, showcasing the various works of literature of Shri Satindra Kumar Nath. Through this website, we wish to put forward our humble efforts in preserving the contributions to literature of the nature-loving man. I hope that our poetic community will look up to him and his works with the warmest gratitude. Here, we wish to publish his works in the form of daily vlogs in a sequential manner. For adorning this website with my father's precious collections, I humbly ask you for your help, support and love in my initiative.

Bibhuti Bikram Nath

S/O Satindra Kumar Nath

Sapmari, Morigaon, Assam